খাদ্য সম্ভাৰ

আমাৰ এই খাদ্য সম্ভাৰ শিতানটিত আমি বিভিন্ন প্ৰকাৰৰ খাদ্যৰ ৰন্ধন প্ৰণালীবোৰৰ বিষয়ে লিখনি প্ৰকাশিত কৰিম ৷

আপোনালোকেওঁ আমাৰ এই খাদ্য সম্ভাৰ শিতানতিলৈ লিখনি প্ৰেৰণ কৰিব পাৰিব ৷ লিখনি সমূহ আমাৰ ইমেইল : : arambhani@gmail.com লৈ আপোনাৰ নাম, ঠিকনা আৰু মোবাইল নং ৰ সৈতে প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰিলোঁ ৷ ধন্যবাদ ৷

খাদ্য সম্ভাৰ :: বৰালি মাছৰ জুল --- চম্পা বৰুৱা

সামগ্ৰী:

বৰালি মাছ ৪ পিছ , ফুলকবি ১ টা, পিয়াজ ১ টা, বিলাহী ১ টা ,মিঠাতেল ১00gm , জিৰা আধা চামুচ, নিমখ , ধনিয়াৰ পাত , জলকীয়াৰ গুৰি ।

প্ৰণালী:

১) কেৰাহীত তেল গৰম কৰি মাছ কেইপিছ ভাজি নমাই ল’লো ।

২) একেখিনি তেলতে পিয়াজ দি বাদামী ৰঙ হোৱাত বইল কৰি থোৱা ফুলকবি দিলো আৰু লগতে বিলাহী ,হালধি ,জিৰা আৰু জলকীয়াৰ গুৰি দিলো ।

3) ভালদৰে ভাজি পানী দিলো । তাতে মাছ কেইপিছ দি ভালকে উতলী অলপ ডাঠ হোৱাত ধনীয়া দি নমাই থ’লো ।

চম্পা বৰুৱা's picture
চম্পা বৰুৱা

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা