আঘোণৰ দুটা স্তৱক --- শিৱ প্ৰসাদ হাজৰিকা

(১)

আঘোণৰ ৰ'দ এটাত হেৰাই যোৱা
কুঁৱলীৰ বগা চাদৰখন
তোমাৰ হাঁহিতোৰ দৰেই
অথচ থাকিও নাই ।

(২)

পিতাইৰ কান্ধত ঘৰমুৱা হোৱা
মেটমৰা ডাঙৰীটোতে
লুকাই থাকে সুখৰ সেউজীয়া সপোন
যাৰ নামেই আঘোণ ॥

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,894
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:111
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,890
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,473
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,492
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:218