আহিন এনেকৈয়ে আহে --- প্রীতিৰেখা দাস

আকৌ এবাৰ এনেকৈয়ে হাহিঁ দিয়াছোন

তৰাফুলৰ চাপৰিত

কঁহুৱাফুলাদি ফুলি উঠক মোৰ মন ৷

আকৌ এবাৰ ৷৷

লিহিড়ী বতাহৰ সুৰেৰে

মুখৰিত হওঁক

তোমাৰ গানৰ মুৰ্চনা ৷

এতিয়া দেখোন

মোৰ প্রতিটো উশাহত

অনুভৱ কৰো তোমাৰ আত্মিক উপস্থিতি ৷

আহিন হইতো এনেকৈয়ে আহে,

শেৱালিৰ সুৱাসেৰে,

উৎচৱৰ বতৰাৰে,

কুৱঁলীৰ সুষমাৰে আৰু.....

আৰু

তোমাৰ হাহিঁৰে .....

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,488
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,720
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,791
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,531
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,208
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,967