কবিতা :: আত্মকথা - (ক) --- নেকিবুৰ ৰহমান

বিচাৰি জীৱনৰ অৰ্থ
আজি মই ব্যৰ্থ ৷
কি আছে ফাগুনত .....
ৰং
ৰস
নে

.......
......
......

ৰঙা ?

কঙা !

সকলোবোৰ যেন মিছা জীৱনত !
সকলোবোৰ যেন নিচা যৌৱনত !
শূন্য বাবেই অভ্যস্ত ,
শূন্যতাক লৈয়ে ব্যস্ত ৷
ফাগুনৰ সৰাপাত
জীৱনৰ কুঁহিপাত
আজি অৰ্থহীন
যেন শেষ হৈ যাব
ভৰিৰ গছকত মোহাৰি সকলোবোৰ ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,959
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,229
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,273
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,075
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,968