কবিতা :: আমি অসমীয়া --- মহিদুল ইছলাম বুলবুল

হেৰৌ অসমীয়া !

জাতি-মাটি-ভেটি যাবৰ হ’ল,
পেটত গামোছা বান্ধি,
কিমান সহিবি আৰু
ভোক, অপমান আৰু নোপোৱাৰ বেদনা ?

চালৰ ফুটাৰে সৰকি অহা,
এহালিচা জোনাকে কাহানিও পোহৰাব নোৱাৰে
আমাৰ জৰৌৰোৱা পঁজা ৷

তাহানিও আছিল,
আজিও একেই আছে,
বিদেশীৰ আক্ৰমণ, আতিশয্যৰ
সেই নিদাৰুণ কথা ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,571
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,603
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,329
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,585
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,062
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,586