কবিতা :: ইচ্ছা মৃত্যু --- বিষ্ণু বড়া

ইচ্ছাৰ ভয়ানক পথ ইচ্ছাশক্তি,
ঈশ্বৰৰ মত.....
অধিক অশান্তই বঢ়াই অধিক ইচ্ছাধৰ......

ইচ্ছা মৃত্যুৰ মত....
অধিক দুৰ্বলতাই বঢ়াই শেষ হোৱাৰ ইচ্ছা
প্ৰথমে কয় নাহিবি মৃত্যু কেতিয়াও
আহিছ যদিও আধা বাটতে ঘুৰি যা....
কিন্তু এতিয়াৰ অশান্তই প্রাধান্য দিয়ে ইচ্ছাৰ.....

মাথোঁ প্ৰাৰ্থনা মৃত্যু আহি যা,
দুহাতে সাৱটি লওঁ তোক
লৈ যা প্ৰেমিকে ধৰাদি প্ৰেমিকাৰ হাত
এবাৰ চা এই জীৱন আৰু নাই অবকাশ.......

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,196
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,594
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,000
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,513
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,743
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,966