কবিতা :: এন্ধাৰ জীৱন --- কামাল হাছান বুল বুল

অচিনাকি হৈ আহিছিলা
এন্ধাৰ জীৱনলৈ ।
জোনাকৰ জোনাক হৈ
আহিছিলা পোহৰ বিলাবলৈ ।

দিন আৰু ৰাতিৰ দৰে
তুমিঅ’ আহিলা আৰু গ’লা ।
দি গ’লা বহুত আবেগ
দি গ’লা বহুত কষ্ট ।

দুখৰ সময়ত আহিছিলা
সুখ দিবলৈ
প্রতিশ্রুতি দিছিলা গোটেই জীৱন থাকিবলৈ ।
দি গ’লা বহুত আশা সপোনৰ,
কিয় পূৰণ নকৰিলা সপোন বোৰ ?

আজিও পাহৰিব পৰা নাই তোমাক
পাৰিমনো কেনেকে দিছিলোঁ যে প্রতিশ্রুতি পাহৰি নুজোৱাৰ ।
জোনাক হৈ আহিছিলা এন্ধাৰ জীৱনলৈ
এন্ধাৰ জীৱনটোক দি গ’লা সেই জোনাকবিহীন এন্ধাৰ এ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,264
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,818
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:181