কবিতা :: কবিতাৰ সমুদ্রত --- মেহেনাজ সৰকাৰ

কবিতাৰ নীল সমুদ্রৰ ঢৌৱে ঢৌৱে

এখনি দীপ্ত চিনাকি মুখ

ৰঙীন ওঁঠৰ সেউজ কোমল হাঁহি

নিৰিবিলিৰ নিস্তব্ধতাত প্ৰাণ পাই উঠা

মৰমৰ মইজনীৰ বসন্তৰ উত্তাপ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,003
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,013
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,138
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,846
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:260
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,041