এটি অসম্পূৰ্ণ অধ্যায় লৈ আগবাঢ়িছো
তোমাৰ কোঠালিৰ পৰা মোৰ কোঠালিলে
নিৰবচ্ছিন্ন খোজ বুটলিছো
জানোচা প্ৰাপ্তিৰ সুখ
নে অপ্ৰাপ্তিৰ দুখ
তথাপি আগবাঢ়িছো
জীৱন জেউতিৰ পূৰ্ণতাৰ
দিশে খোজ বুটলিছো
সময়ৰ সঁফুৰাক বন্ধ
কোঠালিত আবদ্ধ কৰিছো।
এটি অসম্পূৰ্ণ অধ্যায় লৈ আগবাঢ়িছো
তোমাৰ কোঠালিৰ পৰা মোৰ কোঠালিলে
নিৰবচ্ছিন্ন খোজ বুটলিছো
জানোচা প্ৰাপ্তিৰ সুখ
নে অপ্ৰাপ্তিৰ দুখ
তথাপি আগবাঢ়িছো
জীৱন জেউতিৰ পূৰ্ণতাৰ
দিশে খোজ বুটলিছো
সময়ৰ সঁফুৰাক বন্ধ
কোঠালিত আবদ্ধ কৰিছো।