কবিতা :: জীৱন --- শ্ৰী ৰাজেন দাস

জীয়াই থকাৰ হেঁপাহ
মৰি থকাৰোঁ ক’ত
আপাহৰ তৃপ্ততা

মাজে মাজে জ্বলোঁ
আকৌ মাজে-সময়ে
অন্তৰাত্মাতে কঁপো

এতিয়া সহজ
জীৱনটোৰ লগত
খেলিবলৈ----
কাৰণ ইয়াৰ
দামেই নাম
কামেই দুৰ্নাম... |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,481
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,578
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,568
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,223
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,596