কবিতা :: জোনজনী --- হৃষিকেশ দাস

সপোনতো তুমি দিঠকতো তুমি

মন গ্ৰহণৰে জানা জোনজনী তুমি

জনমে জনমে আমি হ’ম যুগমীয়া

নিছিঙে নিছিঙে বান্ধোন প্ৰীতিৰে মতলীয়া

শুভলগন আনিম দুয়ো দুয়োটে মগন

আশাৰ ফুলনিক কৰিম আমি বিতুপন ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,791
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,208
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,531
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,967
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,938
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,617