কবিতা :: নৱবৰ্ষৰ দোকমোকালিত --- মেহেনাজ সৰকাৰ

নৱবৰ্ষৰ দোকমোকালিত

মাইকলৈ মই চিঞৰি চিঞৰি কম

মই তোমাক ভালপাইছিলো

এতিয়াও পাওঁ

আৰু ভৱিষ্যতেও ....

তুমি কি কৰিবা

তোমাৰ ৰূপ সৌন্দৰ্য্যৰ তুলিকাৰে

কবিতা অকবিতাৰে বিশ্ব কপাঁম

মোক দেখিলে সকলোৱে ক’ব

চোৱা সৌৱা পাগল প্ৰেমিক

প্ৰেমৰ অবিহনে সি যে একোৱেই নুবুজে

তাৰ ধ্যান ধাৰণা সকলোতে

কেৱল অনামিকা অনামিকা ....

সঁচাই তোমাৰ ভালপোৱাৰে

ইতিহাসক দিব বিচাৰো

আৰু এটি প্ৰেমৰ পংকিল অধ্যায়

পাৰিলে দূৰৰ পৰাই

তুমি অলপ সঁহাৰি দিয়া ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:970
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,503
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:127
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,603
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,694
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,608