কবিতা :: পাহৰাৰ ভাও --- মনজিল ইছলাম

দিস্তাব দিব খোজা নাই

এতিয়া,

বহুত দিনৰ মূৰত দেখা হ’ল

সেয়ে এষাৰ মাত দিলো

আজিও তাই একে আছে ।।

ভাবিছিলো

পাহৰি যাব তাই মোক

আৰু মোৰ লগত থৈ যোৱা স্মৃতিবোৰ ।

পাহাৰাৰ ভাওহে জুৰিছে ।

সুখৰ খবৰ এটাও দিলে

তাই বোলে সুখত আছে

বিয়াও পাতিবলৈ ওলাইছে

টেটৰ শিক্ষকৰ লগত ।

ভালে হ’ল ক'লো

তুমিও টেটৰ মাষ্টৰণী

সিও টেটৰ মাষ্টৰ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:936
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:231
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:217
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:208
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,960
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,459