কবিতা :: পোক --- শ্ৰী ৰাজেন দাস

এতিয়া পোকৰ ছবি

তেতিয়াই পৰি থকা

মনালিচা হাঁহিটিত

লুকাই থকা ছবি

চোৱাচোন ধৰিবই

পাৰিবা

ছবি খনো কাৰ !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,544
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,394
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,774
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:806
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,698