কবিতা :: প্ৰথম প্ৰেমৰ আলাপ --- ৰফিকুল ইছলাম

বৰষুণৰ মাজত
ৰাস্তাৰ কাষত
একে ছাতিৰ তলত
থিয় হৈ দুইজনে
প্ৰেমৰ আলাপ কৰোঁ,
এয়া মোৰ জীৱনৰ
প্ৰথম অভিজ্ঞতা....
আগতে কেতিয়াওঁ
কোনো ছোৱালীৰ আগত
থিয় হৈ কৰা নাই সাহস
এটা কথাও ক’বলৈ....
কিন্তু আজি তোমাৰ সৈতে
একে ছাতিৰ তলত থিয় হৈ
একে থিৰে চকুলৈ চাই
প্ৰেমৰ আলাপ কৰোঁ.....

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,707
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,573
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,558
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,679
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,997