কবিতা :: প্ৰেম --- মন্জুষা দেৱী

তুমি আছা বাবেই মই আছো

মই আছো বাবেই প্ৰেম আছে

প্ৰেম আছেই বাবেই আমাৰ সপোনবোৰ আছে

সপোনবোৰ আছে বাবেই জীৱন আছে

জীৱন আছে মানেই তুমি আছা

তুমি আছা মানেই মই আছো

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,537
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,767
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,368
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,601