কবিতা :: বান --- শ্ৰী ৰাজেন দাস

বানে খহায় গঢ়া

জীৱনে কাঢ়ে

যৌৱনৰ হিয়া

ইখন ঘৰৰ চালে

সিখন ঘৰৰ চালে

পুৱতি পুৱাই জাগে

কিন্তু মাছৰুপীয়ে

শুই সাৰ নৌ

পাওঁতেই কোনে

জানো কয়হি

সজাগ জনতা

সজাগ...|

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,078
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,367
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,466
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,437
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,340
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,486