কবিতা :: মোৰ এটা সপোন আছিল --- মিৰাজ জুলফিক্কাৰ ৰহমান

মোৰ এটা সপোন আছিল
এদিন মই বৰক্ষেত্ৰী মহাবিদ্যালয়ত পঢ়িম ।
অসমীয়া বিষয়টো প্ৰধান বিষয় হিচাপে লৈ ।

যিদিনাখন মই মহাবিদ্যালয়খন দেখিছিলো সেইদিনাখনে হয়টো
মোৰ সপোনত খোপনি পুতিছিল বৰক্ষেত্ৰী মহাবিদ্যালয়ে ।
মোৰ ভাল লাগে শিক্ষা বিষয়টো
কিন্তু দেৱান নজৰুল ইছলাম চাৰৰ ৰসগ্ৰাহী পাঠদানৰ প্ৰতি দুৰ্বলতা আছে ।

মোৰ ভাল লাগে দৰ্শন বিষয়টো কিন্তু আব্দুল মতলিব চাৰৰ খুহুতিয়া পাঠদানৰ প্ৰতি মোৰ দুৰ্বলতা আছে ।

মোৰ ভাল লাগে হিন্দী বিষয়টো কিন্তু জাকিৰ হুছেইন চাৰৰ তত্ত্ব গধুৰ কথাৰ পাঠদানৰ প্ৰতি মোৰ দুৰ্বলতা আছে ।

মোৰ ভাল লাগে ৰাজনীতি বিষয়টো কিন্তু তপন বৈশ্য চাৰৰ স্পষ্টবাদী কথনশৈলী পাঠদানৰ প্ৰতি মোৰ দুৰ্বলতা আছে ।

মোৰ ভাল লাগে ইংৰাজী বিষয়টো কিন্তু ড° মামণি ভট্টাচাৰ্য বাইদেউৰ অভিজ্ঞতাৰে সমৃদ্ধ পাঠদানৰ প্ৰতি মোৰ কৰবাত কিবা এটা দুৰ্বলতা আছে.... ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,041
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,921
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:3,416
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,675
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:1,263
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,908