কবিতা :: সপোন --- শ্ৰী ৰাজেন দাস

ভৰিতে ভৰি লগাই

গাঁথিতে পিঠি লগাই

সপোনটোৱে দোলা দিয়ে

মাজে-সময়ে অভিমান কৰিবলৈ পাহৰে...

ক্ৰমশঃকলিজাবোৰৰ

ঢপঢপনি বাঢ়ে |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,581
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,264
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,367
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,467
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,271