কবিতা :: সময়ে কৈ যায় হৃদয়ৰ কথা --- ড০ লখিমী গগৈ

সময়ে গতি সলায়

ভৰ বাৰিষাৰ

নদী খনৰ দৰে

নদীটো কালৈকো নৰয়

বৈ যায়

মাথো বৈ যায় সাগৰলৈ

সময়ে কৈ যায়

হৃদয়ৰ কথা

গতিহীন জীৱনৰ

স্তব্ধতাৰ বেথা

নিৰিবিলিত পতা

হেপাঁহৰ কথা

সময়ে থৈ যায়

সময়ৰ কথা

সময় নিৰৱধি

বলুকাত ৰাখি যায়

আলফুলীয়া আশা ।।

(০৫/০৭/১৭)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,563
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,728
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,019
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:188
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,207
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,766