কবিতা :: সেই বাটেৰে,যি বাটেৰে --- ডিম্বেশ্বৰ কোচ

কিমান দিন হ'ল বাৰু...

মোৰ ধুঁলিৱলি বাটেৰে তই নোযোৱা.. ?

তোৰ চুলিটাৰিৰ আমোল মোলোৱা গোন্ধটোৱে..

এতিয়াও আমনি কৰে, জান নে...!

ধুমুহাবোৰে সঘনাই আহি

বৰ আমনিখন কৰিছে অ..

উৰুখা পঁজাত সৰকি পৰা

দুখৰ চকুলোবোৰ নোশুকাই হ'ল...

বতৰটো ফ'ৰকাল হ’বলৈ দে....

আহিবি এদিন সেই বাটেৰে....

যি বাটেৰে এৰিথৈ আহিছিলো....

মোৰ সপোনৰ বাটচ'ৰা...

তোৰ চুলিটাৰিৰ আমোল মোলোৱা গোন্ধ.....

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,766
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:188
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,207
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,779
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523