কবিতা :: স্মৃতি ৰোমন্থন --- মিৰাজ জুলফিক্কাৰ ৰহমান

(ৰূপালী জয়ন্তী উপলক্ষে)

স্মৃতিৰ জিলিঙনিৰে মুখৰিত হ'ব গলদীঘলা হাইস্কুল...।
আৱেগিকতাৰে আৱেগিক হৈ পৰিব গলদীঘলা হাইস্কুল...।
স্মৃতিৰেখাৰে স্মৃতিকাতৰ হৈ পৰিব গলদীঘলা হাইস্কুল...।
উচাহপূৰ্ণ সমাগমত সুবাসিত হৈ পৰিব আকাশ বতাহ।
মুখৰ হৈ পৰিব বিদ্যালয় প্ৰাঙ্গন ।
ৰোমন্থিত হ'ব মনৰ মাজত বহু প্ৰেমাতুৰৰ প্ৰেমালাপ..।
তাৰে মাজতে বিচাৰি পাব হেৰাই যোৱা প্ৰেমাৱেশৰ সুবাস ।
ন-পুৰনিৰ আগমনত উদুলি-মুদুলি হৈ পৰিব সমাৰোহথলী ।
নতুন দিনৰ নতুন সূৰুযৰ আভাৰে আলোকিত হৈ পৰিব হাইস্কুলৰ বাকৰি ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,894
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,707
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,570
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,492
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:218
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:339