ছন্দ হেৰাল মোৰ জীবন ৰাগীনিৰ ---- বিনিত বৰা

ছন্দ হেৰাল
মোৰ জীবন ৰাগীনিৰ...

ছন্দ হেৰাল
মোৰ সুখৰ কাহিনীৰ..!!

ছন্দ হেৰাল
মোৰ হিয়াৰ বীণখনিৰ..!!

থাকি গল মাথো....

মোৰ স্মৃতিৰ দস্তাবেজত

হাহি কান্দোনৰ এখিলা

সোনোৱালী পাত !!

যাৰ আছে "শৈশব" নামৰ এটি ৰঙীন বেটুপাত !!

++++++++++++++++++++++++++++++

বিনিত বৰা
ইমেইল :: binitbora45@gmail.com

্্্্্্্্্্্

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,731
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,884
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,683
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,734
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:194
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,652