জীৱন,প্ৰেম আৰু তুমি --- ডিম্বেশ্বৰ কোচ

মন গলেই ৰিঙিয়াই মাতিবা

নতুবা ...

নদীখনৰ পাৰলৈ গুছি আহিবা ৷

নদীখন জীপাল হৈ আছে ৷

তুমি আহিলে জোনাক বোৰে বাট দেখুৱাই যায় ৷

জীৱন,প্ৰেম আৰু তুমিবোৰ একাকাৰ হৈ পৰে ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,329
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:627
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,586
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,967
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:758
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,084