জীৱনৰ টুকুৰা-টুকুৰ ছবি --- অৰুণাভ কুমাৰ নাথ

সুখেই যে জীৱন গঢ়ে এনে নহয়
দুখেও জীৱনৰ প্ৰতিপল ৰঙীন কৰি সজাই তোলে
সুখ-দুখ জীৱনত চক্ৰবৎ ঘুৰিছে সদায়
নিৰাসক্ত জীৱনত দুখ নাথাকিলে জানো সুখৰ মুল্য থাকিব ?

যৌৱনত উপস্থিত হৈ হেৰুৱালো শৈশৱ, হেৰুৱালো কৈশোৰ
ঠিক গছে বসন্তত পাত সলোৱাৰ দৰে
জীৱনক সঠিকভাৱে ব্যৱহাৰ কৰিব নজনাৰ বাবে
ইয়াৰ পৰিণতি ভোগ কৰিছো নিজেই
সেই কথা উপলব্ধি কৰিবলৈওলৈও আজি সময় নাই ৷

প্ৰকিত্স্থ হবলৈ মোক যথেষ্ট সময়ৰ প্ৰয়োজন
কল্পনাৰ সাগৰত ভাহিবলৈ, নিজৰ জীৱন ৰঙীন কৰিবলৈ মোৰো ইচ্ছা আছিল
কিন্তু সেই অধ্যায়ৰ সমাপ্তি ঘটিছে কাহানিবাই
মই যে মোৰ ভৱিষ্যত নিৰ্মাণ কৰিবলৈ অক্ষম ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,706
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,003
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,563
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,111
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:322
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,027