জুইকুৰা --- শেখৰ ভট্ৰাচায্য

জুই কুৰা

কও বুলি সব কথা

কব জানো পাৰি ?

খোলা মুখ খোলাতেই ৰৈ যায়

যেনে ফাটি ওলাব বুলি ।

তুমি সদায় মোৰ বুকুৰ

জুইকুৰা জলাবলৈ না আহিবা

কাৰণ এই জুইকুৰাই

জুহাল কৰি

কাৰো বাবে একো সিজিব নোৱাৰিবা

মই বৰ দু:খ পাম হে ?????

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,445
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,581
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,264
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,467
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,223