ধন্য অসম --- শ্ৰী ভাস্কৰ জিৎ নাথ

অসম অসম বৰ অসম
অমীয়া সুখৰ ঠাই,
তোমাৰ কোলাতেই জন্ম ললে বহু প্ৰতিভাই ।
এই অসমতে মহাপুৰুষ দুজনাই দিলে জাতিক মান,
পাহাযে ভৈয়ামে ভুপেন মামাই জুৰিলে সুৰীয়া গান ।

অসম ভুমি ধন্য আজি জ্যোতি-ৰাভাৰ পৰশ পাই,
সেউজীয়া বনে গছ লতিকাই হীৰুদাৰ কবিতাহে গায় ।
অসমৰ মাতিতে জন্মিলে মামণি বাইদেও,
দি গল বহু সম্পদ কলমেও ধৰিলে চেও।

কিমান তুমি গৌৰম্বিত আই এওলোকক সন্তান ৰূপে পাই,
যাওতি যুগীয়া কৰিলে তোমাক তেওলোকৰ প্ৰতিভা আগবঢ়াই ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,617
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,665
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,720
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,791
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,208
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,488