নিজানক ভাল পাই চাবাচোন --- ডিম্বেশ্বৰ কোচ

প্ৰিয়তমা,

নিজানক ভাল পাই পাইছানে ?

আজিকালি নিজানক ভাল লগা হৈছে ৷

নিজানত নিৰবতাক লিৰিকি বিদাৰি চাই জীৱনতোক অলপ সেউজীয়া কৰি চাও ৷

প্ৰিয়তমা,

যান্ত্ৰিকতাৰ বিকট শব্দবোৰে আমনি নকৰেনে ?

প্ৰেমবোৰ যান্ত্ৰণা হৈ পৰেনে ?

ভাল পোৱাবোৰ কৃত্ৰিম হৈ নপৰেনে ?

প্ৰিয়তমা,

নিজানক ভাল পাই চাবাচোন/

জীয়াই থকাৰ আমেজ বিছাৰি পাবা ৷

নিজানত জোনাকৰ সৈতে উমলি চাবাচোন/

জীয়াই থকাৰ প্ৰেৰণা পাবা ৷

ভালপোৱাৰ কবিতাৰ সৈতে প্ৰেমত পৰিব পাৰি ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,579
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,598
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,300
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,002
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,869
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,884