পাগলাদিয়া --- নেকিবুৰ ৰহমান

পাগলাদিয়াৰ পাগল সোঁতত
পাগেলী তোৰ পাগলামি
চাই চাই পাগল ৷
পাগেলী তোৰ বুকুৰ ঢৌত
খোহে সপোনৰ বালিঘৰ ৷
দুচকুৰ চুনামিত চিৰাচিৰ

ক'ত জীৱন
ক'ত যৌৱন ৷
তোৰ কপাহী কোমল আঙুলিৰ স্পৰ্শত বিৰিণাৰ নাচোন ৷
পাগলাদিয়াৰ পাগেলী তই
তোৰ কুলু কুলু কোমল মাতত
পাগল উন্মাদ যৌৱন তোৰ প্ৰেমত ৷
তোৰ ঘাটত
আবেলি পৰত
কত যৌৱনে চিঞৰে আৱেগত ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,531
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,720
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,791
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,208
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,617
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,967