প্ৰতীক্ষা --- টিপুল ৰাজবংশী

মই জানো তুমি

এদিন আহিবা ----- ৷

মোৰ খৰাং হৈ থকা হৃদয়খন

তুমি আহি সেউজীয়া কৰি তুলিবা ৷

তুমি আহি ভালপোৱাৰ কঠিয়া ৰুবা ৷

আৰু এদিন হৃদয় পথাৰত

মৰম নামৰ ফুল ফুলিব ৷

তোমাৰ মৰমত আলফুলে

ডাঙৰ হৈ উঠিব ফুলপাহ ,

তোমাৰ পৰশত

ফুলে কথা কব, পাতে হাহিব ৷

আৰু মোৰ পদুলিত সুখৰ ৰজনীগন্ধা ফুলিব ৷

এতিয়া মাথো তোমাৰ অপেক্ষাত ----

মই জানো তুমি আহিবা ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,351
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,492
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,062
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,781
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,120