প্ৰেম --- সত্যম কুমাৰ চাহু

তুমাৰ কাষত থাকিও তুমাক বুজি নাপালো
তুমাক স্পৰ্শ কৰিও অনূভৱ নকৰিলো শিহৰন
তুমি আৱেগ অনুভূতিনে যন্ত্ৰনা

তুমাৰ ভাষাবোৰ বৰ মিঠা ঠিকেই
কিন্ত্ত তুমাৰ সেই আদেশবোৰ
তুমাক জয় কৰিবলৈ বাটত থকা বাধাবোৰ

তুমিয়েই জানো কেতিয়াৱা দলিয়াই নেপেলোৱানে
তুমিয়েই জানো কেতিয়াৱা উৰুৱাই নিদিয়ানে
সোনেৰে সজা সপোনৰ পঁজাতি

তুমাক নাপালেও ভাল নালাগে
পালেও তুমাক বুজি থাকোতেই
পাৰহৈ যায় উৰে জীৱন

হয় তুমাৰ নামেই প্ৰেম
অসীম অমৰ আৰু অজেয় ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,731
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:194
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,884
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,683
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,734
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,652