বিষাদ --- শিৱ প্ৰসাদ হাজৰিকা

যিদিনাই তুমি এমুঠি বিষাদ
সিঁচি দিছিলা
ভালপোৱাৰ কামিজটো উৱলি গৈছিল
চিৰদিনৰ বাবে

এবুকু জোনাক বিচাৰি
তাঁত - বাতি কৰোতেই
বুকুৰ কামিহাড়ত ওলমি ৰয়
এটি দুখ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:627
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,571
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,603
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:758
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,329