ভোক --- কিশোৰ বড়ো

লহপহকৈ বাঢ়ি আহিছে ভোক

গোটেই নদীখনত প্ৰবাহিত শোক

পৰীক্ষা কৰা হয় তেজৰ ৰং

মৃত্যুৰ পৰীক্ষাগাৰত

জোখা হয় সতীত্বৰ ওজন

সম্ভোগৰ তুলাচনীত

এতিয়া গৰ্ভৱতী সময়

প্ৰসৱ কৰে ভোক আৰু শোক ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,594
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,000
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,196
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,949
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,519