মাতৃভাষা ---- গীতিমা বৰুৱা শৰ্মা

ভাল পাওঁ আমি আমাৰ

মৰমৰ মাতৃভাষা,

প্ৰকাশ কৰো সহজে সকলো

অনুভূতি ও মনৰ আশা |

নানা ভাষা শিকো আমি

দেশী, বিদেশী আৰু অন্যান্য,

অতিকৈ আপোন সবাটোকৈ সুৱলা

হে মাতৃভাষা তুমি ধন্য |

বিশ্বৰ সৈতে খোজ মিলাবলৈ

অতি আৱশ্যক ইংৰাজী শিক্ষা,

সেইবুলি জানো অৱহেলা কৰিম

নিজ মাতৃভাষাৰ পঢ়া-লিখা ?

+++++++++++++++++++++++++++++

গীতিমা বৰুৱা শৰ্মা
ইমেইল :: geetimabaruahsarma@gmail.com

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,471
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,279
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,280
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,485
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,581