মোহন মদিৰা --- কবিৰঞ্জন দাস

মোহন মদিৰা

কিয় বাৰু তুমি

ঢালি দি গ'লা

সুৰৰ মদিৰা

এতিয়াও মোৰ

মাৰ যোৱা নাই

নিচা - মোহন

মদিৰা - জীৱনৰ

সঞ্জীৱনী হ'ল মোৰ

শিৰাই শিৰাই প্ৰৱাহিত ৷৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:127
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:970
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,503
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,741
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,791