মোৰ খবৰ --- ঋতুপৰ্ণ ৰয়

মোৰ খবৰ নুসুধিবা তুমি ।
নুসুধিবা কেনে আছো মই।

মোৰ খবৰ ভালেই ...
হৃদয়ত যত যন্ত্ৰণা থাকিলেও ,
তোমাক হেৰুৱাৰ বেদনা থাকিলেও ,
তুমি যদি মোৰ খবৰ সোধা
মই হাঁহিমুখে ক'ম...
অ মোৰ ভালেই ।

দুচকু তিয়াই
কত উজাগৰী নিশা .....

মই কুশলে আছোঁ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:3,027
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,828
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,739
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,538