মোৰ বুলিবলৈ আজি একোৱেই নাই --- নিলোৎপল নেওগ

মোৰ বুলিবলৈ আজি একোৱেই নাই ,নিলাঞ্জনা !

মোৰ সমষ্ট আবেগ একাকাৰ

কৰি পেলাইছো মাথোঁ তোমাৰ নামত ।

অনুভৱৰ সাগৰখনত মাথোঁ ফুলি উঠিছে

তোমাৰ পৰশেৰে সজীৱ হোৱা মেটেকাফুল ।

ঠুনুকা কলিজা ৰাঙলী কৰি তুলিছে

প্ৰেমৰ সুৰভি বিলোৱা তোমাৰ তেজেৰে ।

সমগ্র মন প্ৰাণ সপিছো মাথোঁ তোমাৰ নামত ।

তোমাৰ সৈতে একাত্ম কৰা মোৰ হৃদয়ত

আজি একোৱেই নাই নিজৰ বুলিবলৈ,নিলাঞ্জনা !

google_ad_client = "ca-pub-7266255229823793"; google_ad_slot = "8669829143"; google_ad_width = 336; google_ad_height = 280;

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:82
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:209
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,531