মোৰ স্মূতিবোৰ --- শেখৰ ভট্ৰাচাৰ্য্য

সেইদিনাও আহিছিল বসন্ত

বুকুত আছিল ভালপোৱা অফুৰন্ত,

তুমি আহিবা বুলি

আনিছিলো গোলাপ ফুল, কূষ্ণচূড়া আৰু ৰজনীগন্ধা ,

লিখিছিলো গান আৰু ভালপোৱাৰ কবিতা ।

কিন্তু তুমি যে নাহিলা ভালপোৱাও নিদিলা,

আজিও জানি যোৱা -

ভালপোৱা নিদিবা,

কিন্তু ভালপোৱা লোৱা,

আৰু একো নেলাগে মোৰ

হাহি মুখত দুখ দিলা তুমি।

জানো তুমি আহিবা উভতি

মূত্যুৰ আগত ,পিছত নাইবা কোনো এক শৰতত

হয়তো নাপাবা মোৰ একো চিন মোকাম

পাবা অকল মোৰ স্মূতিবোৰ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,938
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,488
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,531
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,720
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,791
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,208