ম্মৃতি --- বিজয় মিলি

ম্মৃতি
নিৰাশ্ৰয়,

মোৰ নিৰহা সপোন ।
কেনেকৈ নিৰুদ্ৰ কৰো
নিৰ্ঋতি কপাল ।

আজি,

নিতম তমা হাত
নিভা আশাৰ শলিতা
ন্মৃতিৰ পৃষ্টাবোৰ
মেলিলে দুচকুলৈ
নামি আহে
আবতৰীয়া বৰষুণ এজাক ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,503
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:127
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:970
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,589
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:952
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,764