সপোনৰ কবিতা --- মনজিল ইছলাম

জীৱন মানেই সপোন ।

জীৱন আছে যদি-

সপোন থাকিবই

সেই সপোনৰ আশাত জীয়ো ।

জীৱন তো আশাৰে ভৰা -

অলেখ সপোনেৰে ভৰা ।

কিছুমান সপোন -

সোপোন হৈয়ে ৰয়,

কিছুমানৰ আশাত জীৱন পূৰায় ।

এটাৰ পিছত এটা,

নতুন ভাবে গঢ়ি উঠে।

অন্ত নাই ইয়াৰ ।

এনে লাগে যেন-

এনেকৈয়ে জীৱন পাৰ হয় ।

google_ad_client = "ca-pub-7266255229823793"; google_ad_slot = "8669829143"; google_ad_width = 336; google_ad_height = 280;

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,884
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,683
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:194
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,734
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,731
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,652