সপোন --- কবিৰঞ্জন দাস

এবাৰ সপোন দেখিয়েই

তুমি ভাগৰি পৰিছানেকি ?

এটা সপোন ভাগিলেই

তুমি বিচলিত হৈছা নেকি -

নাই নহবা তুমি আৰু

সপোন দেখিব লাগিব

এটা নতুন সপোন

যি সপোনে তোমাৰ আশা

বোৰ পূৰ্ণ কৰিব জীৱনটো

জীপাল কৰিব সেই সপোন ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,671
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,072
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,256
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,328
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,082