Assamese application for leave of absence from school - স্কুলত উপস্থিত থাকিব নোৱাৰাৰ বাবে আবেদন

প্ৰতি,

বোকজান উচ্চ মা: ইংৰাজী স্কুলৰ অধেক্ষ মহোদয়ৰ সমীপেষু

পঞ্চম শ্ৰেণীৰ শ্ৰেণী – শিক্ষক মহাশয়ৰ জৰিয়তে ---

মহাশয়,

বিনীত নিবেদন এই যে অহা কালি মোৰ খুৰাৰ বিয়া আছে ৷ গতিকে অহা কালি ইং ১২-০৩-২০১৯ তাৰিখে মই স্কুলত উপস্থিত থাকিব নোৱাৰিম ৷

সেয়েহে মহোদয়ক অনুৰোধ কৰিছো যেন আহা কালি মোক ছুটি দি বাধিত কৰে যেন ৷ ইতি -

তাৰিখ
১১-০৩-২০১৯

বিনীত
আপোনাৰ একান্ত বাধ্য ছাত্ৰ
শ্ৰী কমল দাস
বোকজান উচ্চ মা: ইংৰাজী স্কুল
পঞ্চম শ্ৰেণী
ৰোল নং - ২

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:181
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,826
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,831
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,696
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,265