এটি উৰন্ত চুমা পঠিয়াই দিলো তোমালৈ
আলফুলে সাৱটি
ধন্য কৰা প্ৰেমৰ ঠুনুকিয়া কলিজাক
জাক জাক তৰাৰ মাজত
তুমি যে সহস্ৰজনৰ নয়নৰ মণি
হিয়াৰ আমঠু....
এটি উৰন্ত চুমা পঠিয়াই দিলো তোমালৈ
আলফুলে সাৱটি
ধন্য কৰা প্ৰেমৰ ঠুনুকিয়া কলিজাক
জাক জাক তৰাৰ মাজত
তুমি যে সহস্ৰজনৰ নয়নৰ মণি
হিয়াৰ আমঠু....