কবিতা :: দুখ আৰু দোষ --- নয়নজ্যোতি দাস

মোৰ দোষ:::
তুমি বিচৰাৰ দৰে মই হ'ব নোৱাৰিলোঁ,
তুমি বেয়া পোৱাবোৰক মই ভালপাবলৈ শিকিলো ।

মোৰ দুখ:::
মই বিচৰাৰ দৰে তুমি হ'ব নোৱাৰিলা,
মই ভালপোৱা বোৰক তুমি ভালপাবলৈ নিশিকিলা ।

এতিয়া....
নিজৰ দুখ আৰু দোষক লৈ সুখী হ’বলৈ শিকিছোঁ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,380
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,402
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,636
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:174
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,980