শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা

অনুভৱ :: শৰৎ আৱেগৰ অনুভূতি --- মন্জুষা দেৱী

#জুৰিটিৰ পাৰত কঁহুৱা ফুলিলে মন উতলা কৰে...............
এই গীতটি ৰ মাজত যি আবেগ, অনুভূতি জড়িত হৈ আছে,সেই আবেগৰ সুখানুভুতিয়ে নিশ্চয় মোৰ দৰেই আপোনালোকৰ ও মন প্ৰাণ উত্ৰাৱল কৰি থৈ যায় ।
.
আকাশৰ কলা ডাৱৰ বোৰো লাহে লাহে আঁতৰি গৈছে । সকলোতে এতিয়া শৰৎ শৰৎ লগা শাৰদীয় বতৰ । মোৰ হেঁপাহৰ শৰৎ ,তোমাক আন্তৰিকতাৰে স্বাগতম জনালোঁ ।
.

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,601
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:647
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,108
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,349
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:341
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,215