অনুভৱ :: শৰৎ আৱেগৰ অনুভূতি --- মন্জুষা দেৱী
Submitted by মন্জুষা দেৱী on Mon, 10/07/2019 - 05:39#জুৰিটিৰ পাৰত কঁহুৱা ফুলিলে মন উতলা কৰে...............
এই গীতটি ৰ মাজত যি আবেগ, অনুভূতি জড়িত হৈ আছে,সেই আবেগৰ সুখানুভুতিয়ে নিশ্চয় মোৰ দৰেই আপোনালোকৰ ও মন প্ৰাণ উত্ৰাৱল কৰি থৈ যায় ।
.
আকাশৰ কলা ডাৱৰ বোৰো লাহে লাহে আঁতৰি গৈছে । সকলোতে এতিয়া শৰৎ শৰৎ লগা শাৰদীয় বতৰ । মোৰ হেঁপাহৰ শৰৎ ,তোমাক আন্তৰিকতাৰে স্বাগতম জনালোঁ ।
.