অনুভৱ :: সন্তান --- মন্জুষা দেৱী
Submitted by মন্জুষা দেৱী on Mon, 09/16/2019 - 05:44প্ৰতিযোগিতা ৰ যুগত আমি ল’ৰা ছোৱালীক যন্ত্ৰ কৰি পেলাইছোঁ । এখোপা গৃহ কৰ্ম লৈ যেতিয়া ৪ বছৰীয়া ল’ৰা ঘৰলৈ উভতি আহে মই অশ্ৰু সিক্ত হৈ পৰো ।। সি কয় মা মই কেতিয়া জনা হ’ম কেতিয়া সকলো বুজা হ’ম ।
.