জোন

কবিতা :: লেমৰ পোহৰত --- মেহেনাজ সৰকাৰ

এয়া
নিবিড়ৰ পৰা নিবিড়তম পৰিৱেশ
মনত পেলাইছো
জীৱনৰ বৰ্ণিলময় বসন্তৰ দিনবোৰ
হৃদপিণ্ড আহত কৰা
তোমাৰ থুথুৰীৰ পাতল ক’লা দাগটো

কবিতা :: জোনৰ সৈতে এৰাতি --- মেহেনাজ সৰকাৰ

জোনটিয়ে ইংগিত দিছে

কিঅ’ ফাজিল কবি

মোক উদ্দেশ্যি কিমান ৰচিবা

তোমাৰ প্ৰেয়সীৰ গাভৰু দেহৰ কবিতা

মই মিচিকিয়া হাঁহিৰে ভাবিলো

জোনটিয়ে কিয় ক’লে এনে কথা

নে তাইৰ সৌন্দৰ্য্যত জোনৰ ঈৰ্ষা হৈছে

তাই যে জোনতকৈ ধুনীয়া

পৃথিৱীৰ ভাস্কৰ্যৰ সমস্ত ৰত্নকণাৰে অলংকৃতা ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,090
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,272
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,031
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,326
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,700