assamese new year poem

কবিতা :: নৱ বৰ্ষ ২০১৮ --- বিকাশ কলিতা

আকৌ আহিল নতুন বছৰ

নতুনত্বক আকোঁৱালি ল’বলৈ আমি সদায়েই প্ৰস্তুত

ন ন সপোন ৰচি

ন ন প্ৰতিশ্ৰুতিৰে

ন ন আশা ৰচোঁ বহুত হেপাহেৰে

সলনি হয় বেৰত আৰিথোৱা কেলেণ্ডাৰ খন

বহু ঘাত-প্ৰতিঘাত

আশা-প্ৰত্যাশা

সুখ-দুখ ৰ মাজেৰে পাৰ হয় বছৰ বোৰ

কিন্তু সলনি হয় জানোঁ সমাজৰ কু চৰিত্ৰ বোৰ

শেষ হয় জানো আমাৰ মনৰ ম্লানিনতা বোৰ

দিন বাগৰি বছৰ যায় বাগৰি

আমিও আগবাঢ়িব লাগে মনৰ

সমাজৰ কু চৰিত্ৰ বোৰ আতঁৰাই সু স‍ংস্কাৰ বোৰ আকোঁৱালীলৈ

নৱবৰ্ষক আদৰি লোৱা অনাগত দিনবোৰ সকলোৰে বাবে সুখৰ হওক বুলি...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,685
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,484
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,424
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,162