বিহু

বিহু

প্ৰবন্ধ :: বিহু আৰু অসমীয়া সমাজ --- অৰূপ কুমাৰ দাস

বিহু অসমৰ জাতীয় উৎসৱ ।‌ অসম আৰু অসমীয়া জনসমাজৰ নিৰ্ভূল দাপোণ এই বিহু ।‌ বিহু যদিওবা কৃষিভিত্তিক উৎসৱ বৰ্তমান ই কৃষিভিত্তিক উৎসৱ হয় থকা নাই ।‌ ইয়াক এক সামাজিক ৰীতি বুলি হে মানিবলৈ ধৰিলে ।‌ বিহুৰ আধুনিকীকৰণৰ নামত গছৰ তলৰ বিহু আহি পালে মঞ্চলৈ ।‌ এই আধুনিকীকৰণে বিহুৰ সাত্বিক ৰূপটোক ক্ৰমাণ্বয়ে লুকুৱাই আনি আছে ।‌ সময়ৰ লগতে বিহুও আধুনিক হয় পৰিল ।‌ যুগ পৰিবৰ্তনৰ লগতে অসমীয়া সমাজৰ স্বৰূপ,গাঁথনি মূল্যবোৰ সালসলনি হৈছে ।‌ পূৰ্বৰ কৃষিভিত্তিক চহা অসমীয়া হ্ৰাস পাই আহি আছে ।‌ কাৰণ কৃষি-কৰ্মত যন্ত্ৰ ব্যৱহাৰে মানুহৰ শ্ৰম লাঘৱ কৰাৰ লগতে সময় ৰাহি কৰিছে ।‌ সেইবাবেই এতিয়াৰ কৃষকে চ'ত,বহাগ,জেঠ মাহত পথাৰত গৈ শ্ৰম

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,274
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,970
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,629
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,970
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,427