কাহিনী শুনো আহক - Kahini Xunu Ahok With Dipanka Sharma - An Assamese Audio Story Book

Assamese Audio Story Book

কাহিনী শুনো আহক - Kahini Xunu Ahok is an Assamese Audio Story Book narrated by Dipanka Sharma. ইয়াত প্ৰ্কাশ পোৱা সকলো গল্প, নতুন প্ৰজন্মৰ লেখক সকলৰ দ্বাৰা লেখা ।

আমি নতুন প্ৰ্জন্মৰ চুটি গল্প লেখক সকলক অনুৰোধ জনাও তেওলোকে যেন তেওঁলোকৰ চুটি গল্প সমুহ আমাৰ ইমেইল ঠিকনা kahinixunuahok@gmail.com ত প্ৰেৰন কৰে । তেঁওলোকৰ গল্প সমুহ উপযুক্ত বুলি বিৱেচিত হ'লে এই চেনেলটিত প্ৰকাশ কৰা হ'ব । গল্প সমুহ চাৰি পেজৰ ভিতৰত হ'লে প্ৰকাশ কৰিবলৈ সুবিধা হয় । আমি সকলো গল্প প্ৰকাশ কৰিবৰ চেষ্টা কৰো , আৰু যিবিলাক গল্প ৰ কিছু খুট থাকে তাকো লেখকৰ দ্বাৰা ঠিক কৰি প্ৰকাশ কৰা হয় ।

আপোনালোকৰ গল্প সমুহ কেৱল অসমতে নাৰাখি গোটেই পৃথীবীলৈ আগবঢ়াই দিয়ক । কাহিনী শুনো আহক চেনেলটিয়ে আপোনাক সেই সুবিধা আগবঢ়াৱ । বৰ্তমান এনে বহুত লোক আছে যি অসমীয়া পঢ়িৱ নাজানে কিন্তু অসমীয়া বুজি পায় । কাহিনী শুনো আহক চেনেলটি ৰ যোগেদি অসমীয়া গল্প সমুহ তেওলোকক শুনাৰ সুবিধা দিয়ক ।

আমাৰ ইমেইল :: kahinixunuahok@gmail.com

মুঠ দৰ্শন - 502
1 year 3 days
মুঠ দৰ্শন - 509
1 year 2 months
মুঠ দৰ্শন - 644
1 year 6 months
মুঠ দৰ্শন - 848
1 year 8 months
মুঠ দৰ্শন - 565
1 year 9 months
মুঠ দৰ্শন - 530
1 year 10 months
মুঠ দৰ্শন - 813
1 year 11 months
মুঠ দৰ্শন - 811
1 year 11 months
মুঠ দৰ্শন - 639
2 years 1 day
মুঠ দৰ্শন - 1,116
2 years 1 month
মুঠ দৰ্শন - 418
2 years 1 month
মুঠ দৰ্শন - 671
2 years 1 month
মুঠ দৰ্শন - 574
2 years 1 month
মুঠ দৰ্শন - 639
2 years 1 month
মুঠ দৰ্শন - 379
2 years 1 month
মুঠ দৰ্শন - 409
2 years 1 month
মুঠ দৰ্শন - 433
2 years 1 month
মুঠ দৰ্শন - 677
2 years 1 month
মুঠ দৰ্শন - 577
2 years 1 month
মুঠ দৰ্শন - 677
2 years 1 month